rupaliparda.com
প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ "আবিৰ"- | Rupaliparda.com
আকৌ এবাৰ এটি নতুন গীতৰ সৈতে অনুৰাগীৰ হৃদয়ত খলকনি লগাইছে কন্ঠশিল্পী দীক্ষু শৰ্মাই। একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত এই নতুন গীতটি মুক্তিৰ পিছতেই