rupaliparda.com
কমল লোচনৰ শেহতীয়া ফটোশ্বুটঃ অনুৰাগীৰ কমেন্টৰ ভিৰ- | Rupaliparda.com
কমল লোচনে শেহতীয়াকৈ কৰা ফটোশ্বুটে আকৌ এবাৰ অনুৰাগীক তেওঁৰ ফালে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অভিনয়ৰ সমান্তৰালকৈ নিজ লুকেৰেও জনসাধাৰণক আপ্লুত কৰে অভিনেতাগৰাকীয়ে;