rupaliparda.com
"চিলা" ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "অগ্নি বীণাৰ তান"- | Rupaliparda.com
অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন তথা "চেতনা দিৱস" উপলক্ষে যোৱা কালি মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ আন এটি গীত "অগ্নি বীণাৰ তান"। "চিলা" এলবামত অন্তৰ্ভূক্ত