rupaliparda.com
জোনাকী পৰুৱা(Fireflies) ত দৰ্শকৰ বহুল সঁহাৰিঃ বৰ্তমানেও অব্যাহত জনপ্ৰিয়তা- | Rupaliparda.com
নতুনে সদায় আকৰ্ষণ কৰে জনসাধাৰণক। আকৰ্ষণৰ শাৰীটোত চৰ্চাৰ সমান্তৰালকৈ লাগি থাকে সমালোচনাও। কিন্তু, যি ভাল সেয়াই পিছলৈ যে জনসাধাৰণৰ মন মুহিবলৈ সক্ষম হ'ব সেয়া