rupaliparda.com
অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি "Remorse"- | Rupaliparda.com
আমি প্ৰায় জীৱনত এনে বহু কাম কৰো অথবা বিভিন্নজন অইন ব্যক্তিক এনে কিছুমান কথা কওঁ যিসমূহক লৈ পিছলৈ আমি অনুতাপ কৰিবলগীয়া হয়। আমি অনুশোচনাত ভুগিবলগীয়া হয় যে আমি