rupaliparda.com
বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ | Rupaliparda.com
বছৰটোৰ শেষৰটো দিনতো কন্ঠশিল্পী দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব তেওঁৰ নতুন গীতৰ সোঁৱাদ। অহা ৩১ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব দীক্ষুৰ কন্ঠৰে গীত "মইনা ২০২১"।