rupaliparda.com
২০২১ৰ ১ জানুৱাৰীতেই কৰ্মত হাত দিছে ভূমি পেডনেকাৰ আৰু ৰাজকুমাৰ ৰাওঁয়েঃ | Rupaliparda.com
২০২০ বৰ্ষটো মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে কেনে আছিল এয়া আচলতে সকলোৱে জানে! বলীউডেই হওঁক অথবা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেই হওঁক; স্তব্ধতাৰে ভৰি পৰিছিল কেওঁদিশ।