rupaliparda.com
ভুলবশতঃ কেটৰিণা কাইফৰ ফটোত বিকি কৌশলঃ | Rupaliparda.com
কিছুদিন পূৰ্বৰে পৰা কেটৰিণা কাইফ আৰু বিকি কৌশলৰ ফেন ক্লাৱে ধাৰণা কৰিছিল যে তাৰকাদ্বয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে। দুয়োয়ে একেলগে কোনো ফটো আপলোড নাই কৰা যদিও