rupaliparda.com
জুবিনৰ পৰিকল্পনাঃজুলু- | Rupaliparda.com
অসমৰ চিনেমা হল সমূহত অসমীয়া চিনেমা নচলাৰ প্ৰতিবাদত নামি পৰিছিল অসমৰ শিল্পী জগতৰ প্ৰায় অধিকাংশ শিল্পী। তাৰ মাজতেই নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনৰ নাম উল্লেখনীয়।