rupaliparda.com
অডিশ্বন দিয়া পিছতো আমিৰ খানৰ ছবিৰ বাবে নাকচ কৰা হৈছিল বৰুণ ধৱনকঃ | Rupaliparda.com
অভিনেতা বৰুণ ধৱন প্ৰেয়সী নতাশা দালালৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কথাটোৰ পৰা আৰম্ভ কৰি চৰ্চা লাভ কৰিছে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি "কুলী নম্বৰ ১" ৰ বাবেও।