rupaliparda.com
ৰাজামৌলীৰ ছবিৰ ক্লাইমেক্সঃ আকৌ ৪০০ কোটি টকাৰ বাজেট- | Rupaliparda.com
তেলেগু নিৰ্দেশক এস এস ৰাজামৌলী নিজ ছবিৰ বিশালতাৰ বাবে জনাজাত। "বাহুৱলী" চিৰিজৰ পৰিচালনাৰে ইতিমধ্যে জনসাধাৰণৰ বিশ্বাস তেওঁ নিজৰ পিনে টানিবলৈ সক্ষম হৈছে।