rupaliparda.com
কাইলৈ ছবিগৃহত "মিডনাইট চং"; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে "সুফল" | Rupaliparda.com
ক'ৰোণা ভাইৰাছে দীৰ্ঘদিন ধৰি হতাশাৰ সৃষ্টি কৰি তুলিছিল চাৰিওফালে। চিত্ৰগৃহ সমূহ বন্ধ হোৱাৰ ফলত মনোৰঞ্জন প্ৰেমী দৰ্শক সকলো এক স্তব্ধতাৰ সন্মুখীন হ'বলগীয়া হৈছিল।