rupaliparda.com
দেৱৰাজ বৰাৰ নতুন গীত "ক'তেনো নিঁয়ৰ সৰে" ৰ শ্বুটিং আৰম্ভঃ | Rupaliparda.com
কন্ঠশিল্পী দেৱৰাজ বৰাৰ কন্ঠৰে মুক্তি লাভৰ বাবে সাজু হৈছে এটি নতুন গীত "ক'তেনো নিঁয়ৰ সৰে"। বহুদিনীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই গীতটিক লৈ বৰ্তমান সাজু হৈ পৰিছে