rupaliparda.com
দুগৰাকী সুদক্ষ অভিনেত্ৰী আৰু একোটা বাস্তৱ কাহিনীৰে প্ৰশান্ত শইকীয়াৰ "গুৱাহাটী ডায়েৰিজ"- | Rupaliparda.com
জীৱন তথা জীৱন প্ৰক্ৰিয়া; আমি জীয়াই থকাৰ খাতিৰত প্ৰত্যেকে এখন নাটকৰ একো একোটা চৰিত্ৰ ৰূপায়ন কৰি আহি আহিছো; সেইবাবেই হয়টো আন এজনে আহি "খবৰ ভাল নেকি?" বুলি