rupaliparda.com
“তোমালৈ মনত পৰে”, “মাহ হালধি” আদি গীতৰ আঁৰৰ বিউটি শৰ্মা বৰুৱাঃ | Rupaliparda.com
লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰজ্ঞাসুন্দৰীৰ আজু নাতিনী লগতে এগৰাকী ভাৰতীয় সংগীতশিল্পী বিউটি শৰ্মা বৰুৱা। আধুনিক গীতকে আৰম্ভ কৰি গজল, ভাৰতীয় শাস্ত্ৰীয় সংগীত,