Rupaliparda.com
Amitabh Bachchan

দেউতাৰ আদেশত হৈছিল আমাৰ বিয়াঃ জয়া-অমিতাভৰ শুভ ৪৬ঃ

অমিতাভ আৰু জয়া বচ্চনৰ ৪৬তম্ বিবাহ বাৰ্ষিকীত বলিউডৰ “এংগ্ৰি য়ং মেন” তথা “বিগ বি” য়ে প্ৰকাশ কৰে দুই প্ৰেমিকদ্বয়ৰ বিয়াৰ কাহিনী। জয়া লগতে তেওঁৰ বন্ধুৰ সৈতে অমিতাভ বচ্চনে লণ্ডনলৈ ফুৰিব যাব বিচৰাত তেওঁক দেউতাক হৰিবংশ ৰায় বচ্চনে বাধা প্ৰদান কৰিছিল আৰু কৈছিল যদিহে অমিতাভে জয়াৰ লগত বিবাহ পাশত আবদ্ধ নহয় তেতিয়াহ’লে কোনোধৰণৰ “ভেকেচন” ত তেওঁলোক যাব নোৱাৰিব। ১৯৭৩ চনৰ সেই সময় ছোৱাত দুই অভিনেতা-অভিনেত্ৰী প্ৰেমিক পক্ষী হিচাপেই দেখিবলৈ পোৱা গৈছিল গতিকে দেউতাকৰ আদেশনুযায়ী প্ৰেমিক যুগল বিবাহ পাশত আবদ্ধ হয় আৰু পিছদিনা খনেই লণ্ডনলৈ উৰা মাৰে। “বিগ-বি” লাভষ্টৰীৰ বৰ্তমানেও চৰ্চা হয় বলীউডত। ইয়াৰ পিছতে বিবাহ আৰু তেওঁৰ বিবাহৰ এনেবোৰ কথাই আকৌ দৰ্শকক বা তেওঁৰ “ফেনচ” সকলক আকৰ্ষিত কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform