rupaliparda.com
বুঢ়া তামোলৰ সোঁৱাদেৰে ঋতৃষা শৰ্মাৰ নতুন গীত "বুঢ়া তামোলৰ পাগ"- | Rupaliparda.com
"বুঢ়া তামোলৰ পাগ"; শব্দটোৱে এক নতুন আলোড়ণ তথা ব্যতিক্ৰমী এক সোঁৱাদৰ সৃষ্টি কৰা নাইনে? শব্দটো শুনাৰ লগে লগে আইতা-কঁকাৰ ওঁঠৰ দুনয়নেৰে বাগৰি অহা ৰঙাকণলৈ মনত পৰা