rupaliparda.com
"মানুহৰ বুকুৱে বুকুৱে যিবোৰ সুৰ, যিবোৰ কথাই,যিবোৰ গানে থিতাপি লয়, শিপাই যায় বা শিপাই থাকে, আমাৰ মতে সেইয়াই সংগীত"-পাপলু চেতিয়া | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখন ঠন ধৰি উঠিছে বুলি আমি এনেই আচলতে কৈ নিদিওঁ, আমি প্ৰতিটো দিনত ইয়াৰ কিছুমান এনে উদাহৰণ পাইছো যিয়ে আমাক এই বাক্যশাৰী ক'বলৈ বাধ্য কৰোবাইছে।