rupaliparda.com
"ভৱিষ্যতলৈ অভিনয়ৰ এই দিশটোতেই গ্ৰহণযোগ্য কাম কৰাৰ মন মেলিছো"- ধ্ৰুৱজ্যোতি বৈৰাগী | Rupaliparda.com
শেহতীয়াকৈ ৰং চেনেলযোগে সম্প্ৰচাৰিত ধাৰাবাহিক "সপোনৰ ডেউকা" ই লাভ কৰিছে দৰ্শকৰ সমাদৰ। সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনত সন্নিৱিষ্ট