rupaliparda.com
থলুৱা গীতেৰে ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ আকৰ্ষণঃ হোলী গীতৰ মুক্তিত উৎসাহিত শ্ৰোতা- | Rupaliparda.com
ফাগুন মাহত প্ৰত্যেকেই ভালপোৱা এটি বৰ মৰমৰ উৎসৱ হৈছে "হোলী" অথবা "ফাকুঁৱা"। এই হোলী উৎসৱটোকেই কেন্দ্ৰ কৰি নিৰ্মিত একোটা হোলী গীত এতিয়াও আমাৰ সমাজত প্ৰচলিত।