rupaliparda.com
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অপূৰণীয় ক্ষতিঃ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান- | Rupaliparda.com
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অপূৰণীয় ক্ষতি; সুদক্ষ বাঁহীবাদক, সংগীত পৰিচালল লগতে লোক-সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মাৰ মৃত্যু। ৮৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে;