rupaliparda.com
সুবাসনা দত্তৰ নতুন গীতত নতুন যুঁটিঃ দীগাংগনা বৰা আৰু বিবেক বৰা "মৰম লাগি যায়" তঃ | Rupaliparda.com
সদায় একোখন পোষ্টাৰ শ্ৰোতা-দৰ্শকৰ মাজত আগবঢ়াই দিয়া সুবাসনা দত্তৰ নতুন গীত "মৰম লাগি যায়" অতিশীঘ্ৰে কাষ চাপিব আপোনালোকৰ। গীতটিক ভিডিঅ'ৰ সৈতে মুকলি কৰি দিয়া হ'ব