ভাৰতবৰ্ষৰ কাষৰীয়া দেশ বাংলাদেশৰ পৰা আহিছে এক সু-সংবাদ। বাংলাদেশৰ মিউজিক চেনেল “গান বাংলা” ত অনুষ্ঠিত জনপ্ৰিয় “উইণ্ড অৱ চেঞ্জ” ৰ চিজন ৫ ত জিলিকিছে পাপন। বিশ্ববিখ্যাত ড্ৰামিষ্ট মেক্ৰ মিনেমানৰ লগত একেলগে বহি সংগীত প্ৰদৰ্শন কৰে অংগৰাগ পাপন মহন্তই। “অ’ৰে নীল ডৰিয়া” নামে এটা বাংলাদেশী গীত গায় পাপনে। কৈলাশ খেৰকে ধৰি অদ্বিতি সিং শৰ্মায়ো নিমন্ত্ৰণ পায় উক্ত অনুষ্ঠানটোৰ পৰা। বিশ্বৰ ট’প ৫ ড্ৰামিষ্টৰ ভিতৰত এজনৰ সৈতে গান গোৱা সুভাগ্য লাভ কৰা পাপনে কেৱল মাত্ৰ অসমকে নহয় সমগ্ৰ বিশ্বকে গৌৰান্বিত কৰি তুলিছে।
You may also like
বুমেৰাং ভিডিঅ’ৰে “মই আহি গ’লো” বুলিলে গোবিন্দাইঃ
মহাৰাষ্ট্ৰত হোৱা ক’ৰোণাৰ দ্বিতীয়টো ঢৌৰ সন্ত্ৰাসে সাঙুৰি লৈছিল জনপ্ৰিয় অভিনেতা গোবিন্দাক। কিছু সময়ৰ পৰা কোৱাৰেন্টাইনত থকা এই অভিনেতা গৰাকীয়ে শেহতীয়াকৈ কৰা ক’ৰোণা পৰীক্ষাত ৰিপোৰ্ট নিগেটিভ অহাত তেওঁ উৎসাহিত হৈ...
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা জেৰিফা ৱাহিদে এতিয়া লৈছে গ্ৰীষ্মৰ সোঁৱাদঃ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমাপ্তিৰ পিছত যেন এতিয়া নিজ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে অভিনেত্ৰী জেৰিফা ৱাহিদ। বিগত দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা জেৰিফা ৱাহিদে এতিয়া গ্ৰীষ্মৰ সোঁৱাদ লোৱা দেখিবলৈ পোৱা গৈছে।অসম জাতীয় পৰিষদৰ...
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে “তোমাক নাপালে” ৰ ভিডিঅ’ মুক্তিঃ
“তোমাক নাপালে” শীৰ্ষক গীতটিৰ লিৰিকেল ভিডিঅ’ৰ বহুল জনপ্ৰিয়তাৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰিছে গীতটিৰ ভিডিঅ’ সংস্কৰণটোৱেও। অডিঅ’টোৱে যেনেদৰে সংগীতপ্ৰেমী শ্ৰোতাৰ সঁহাৰি লাভ কৰিছে ঠিক তেনে...
ৰঙালীৰ ৰং; Lifestyle Stores ৰ নতুন সংযোজন “দা লাইফষ্টাইল বিহু এন্থেম”-
ৰঙালী বিহু সমাগত; বিহুক লৈ এতিয়া উৎফুল্লিত সাধাৰণ ৰাইজ। অসমবাসীৰ বিহু বুলিলেই গা সাতখন-আঠখন হয়। অসমীয়া নৱবৰ্ষৰ লগতে বিহুটোক আদৰিবলৈ যা-যোগাৰবোৰো যেন আৰম্ভ কৰা হয় বহু দিন আগৰ পৰাই। জ্যেষ্ঠ জনক সেৱা আগবঢ়ালৈ অথবা প্ৰিয় জনক...
Lamborghini Urus ৰ ভৰি চুই সেৱা আগবঢ়ালে কাৰ্তিক আৰিয়নেঃ
বলীউড অভিনেতা-অভিনেত্ৰী সমূহৰ লাইফষ্টাইলৰ পৰা আৰম্ভ কৰি তেওঁলোকে চলোৱা গাড়ী খনলৈ প্ৰতিটো বস্তুৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হয় চচিয়েল মিডিয়াত। শেহতীয়াকৈ বহু প্ৰত্যাশিত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে ক্ৰয় কৰিছে Lamborghini...
Add comment