rupaliparda.com
বিহুলৈ সাজু কন্ঠশিল্পীঃ মুক্তি লাভ কৰিছে বিদিশা নয়ন ভূঞাৰ "সঁচাকে কছোন" | Rupaliparda.com
মাজত মাত্ৰ আৰু কেইটামান দিম বাকী; অসমীয়া প্ৰায় প্ৰত্যেকগৰাকী কন্ঠশিল্পী সাজু হৈছে বিহু অনুষ্ঠান সমূহৰ বাবে। বিগত বৰ্ষৰ ক'ৰোণা ভাইৰাছৰ ফলত হোৱা স্তব্ধতাৰ বাবে