rupaliparda.com
"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া | Rupaliparda.com
আমি ইতিমধ্যে এনে বহু অসম প্ৰতিভা দেখিছো যিসকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হোৱাৰ সমান্তৰালকৈ অসমক প্ৰতিটো মহুূৰ্তত গৌৰম্বিত কৰি ৰাখিবলৈ সক্ষম হৈছে।