rupaliparda.com
"স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা"- স্বৰাজ প্ৰিয় | Rupaliparda.com
সম্প্ৰতি সময়ছোৱাত নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভা আছে যিসকলে নিৰৱিচ্চিন্ন ভাৱে কাম কৰি গৈ থাকে। একাংশ লোকৰ মাজত তেওঁলোকৰ সৃষ্টি সমূহ ইমানেই গ্ৰহণযোগ্য হৈ পৰে যে