rupaliparda.com
সহজ-সৰল দীপলিনা ডেকাৰ আপোন মানুহৰ প্ৰতি আন্তৰিকতাঃ | Rupaliparda.com
আমি আমাৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ প্ৰতিটো সৃষ্টি অথবা তেওঁ ক'ত আছে, কি কৰিছে ইত্যাদি প্ৰায়বোৰ কথাক লৈ ব্যস্ত থাকো; নহয়নে? তেওঁলোকৰ কৰ্মক লৈয়ে আমি উৎসাহিত।