rupaliparda.com
আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- | Rupaliparda.com
আমি একোটা সুন্দৰ প্ৰকল্পক লৈ সদায় উৎসাহী হৈ থাকো; তাতেই আকৌ যদি উক্ত প্ৰকল্পটোৰ সৈতে জড়িত কলা-কুশলীৰ কামবোৰ পূৰ্বৰে পৰাই আমাৰ মন-গহ্বৰত সোমাবলৈ সক্ষম হৈছে