rupaliparda.com
আজি "জয়মতী দিৱস"; অনুভূতি কাকতি গোস্বামীৰ "জয়মতী" ৰ জনপ্ৰিয়তাঃ | Rupaliparda.com
"সতী জয়মতী"; ই এনে এক কাহিনী অথবা এনে এক নাম, যাৰ কাহিনী প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে শিঁপাই আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিলেও ই কোনোদিন লুপ্ত নহয় হৃদয়ৰ পৰা;