শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। তেনে এক ফঁকৰা-যোজনাক বিশ্বাস কৰি চলে ৩৫ বছৰীয় অভিনেতা ধনুষে। দীঘলীয়া শাৰী এটাত এজনতকৈ এজন প্ৰতিভাৱান ব্যক্তি থিয় হৈ থাকে; কোনটো মহুূৰ্তত কোনে কাৰ ঠাই লৈ ল’ব তলকিবই পৰা নাযায় বুলি প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে। গতিকে আপুনি “লেজি” হ’ব নোৱাৰে। দৰ্শকে সদায় নতুনত্ব বিচাৰে আৰু এগৰাকী অভিনেতা হিচাপে যদিহে আপুনি তেনে নতুনত্ব দিব নোৱাৰে তেতিয়াহ’লে আপোনাক গতিয়াই দিবলৈ প্ৰস্তুত হৈ পৰে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে। “ৰাঞ্জানা” নামে প্ৰথম বলীউড চিনেমাত দেখা পোৱা অভিনেতা গৰাকী দক্ষিণৰ বোলছবি জগতত আনুমানিক ১৭ বছৰ পাৰ কৰিছে। উক্ত অভিনেতা গৰাকী এতিয়া ব্যস্ত আন্তঃৰাষ্ট্ৰীয় চিনেমা ” The Extraordinary Journey of the Fakir” ক লৈ। চলিত মাহৰ ২১ তাৰিখে মুক্তি পাব এই চিনেমাখন।
You may also like
কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা
নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত...
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ –উৎপল মেনা
“স্থানীয় বজাৰ” সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই “বজাৰ কেন্দ্ৰীক চিনেচিন্ত”ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে “স্থানীয়...
দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন
“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...
“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা
এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
Article 370’s Explosive Debut: Yami Gautam’s Film Ignites Box Office with ₹5.7 Crore Opening
A Cinematic Dissection of a Political Milestone: Audiences Embrace Article 370 In an impressive opening day feat, Yami Gautam’s latest film “Article 370” soared at the box office with a robust...
Add comment