rupaliparda.com
ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ | Rupaliparda.com
শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন পোষ্টাৰে খলকনিৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত দেখিবলৈ পোৱা চৰিত্ৰটোৱেও ইতিমধ্যে এই নতুন প্ৰকল্পটোক লৈ আকৰ্ষিত কৰি তুলিছে দৰ্শকক।