rupaliparda.com
"শ্বোলে" সফলতা আৰু কিছু কথাঃ | Rupaliparda.com
১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা "শ্বোলে" দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক।