rupaliparda.com
ক'ৰোণাৰ বাবে কেনেদৰে নিজ সুৰক্ষা লৈছে লতা মংগেশকাৰে! | Rupaliparda.com
ক'ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে অধিক সংক্ৰমণৰ হাৰ বঢ়াই দিয়াৰ ফলত এতিয়া ই একাংশ লোকক চিন্তিত কৰি তুলিছে। সাধাৰণ লোকৰ গাত হোৱা সংক্ৰমণৰ উপৰিও চিলেব্ৰেটী সমূহকো ই