rupaliparda.com
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ | Rupaliparda.com
"তোমাক নাপালে" শীৰ্ষক গীতটিৰ লিৰিকেল ভিডিঅ'ৰ বহুল জনপ্ৰিয়তাৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰিছে গীতটিৰ ভিডিঅ' সংস্কৰণটোৱেও। অডিঅ'টোৱে যেনেদৰে সংগীতপ্ৰেমী শ্ৰোতাৰ