rupaliparda.com
দীপলিনা ডেকাৰ সৈতে নীল আকাশ আৰু কিশোৰ দাসৰ নতুন যুঁটিঃ মুক্তি লাভ "চেংকন" ৰ- | Rupaliparda.com
এনেই ৰঙালী; তাতেই আকৌ দীপলিনা ডেকা আৰু নীল আকাশৰ যুঁটি। যেন সংগীত প্ৰেমী ৰাইজৰো গাখীৰতে ম'হৰ খুঁটি; ব'হাগে কঢ়িয়ায় আনন্দৰ বতৰা। সেই আনন্দৰ মাজতেই