rupaliparda.com
মালদ্বীপলৈ প্ৰেমিক যুঁটি ৰণৱীৰ কাপুৰ-আলিয়া ভাটঃ | Rupaliparda.com
বলীউডৰ প্ৰেমিক যুঁটি সকলৰ মাজৰ এক বহু প্ৰত্যাশিত যুঁটি হৈছে ৰণৱীৰ কাপুৰ আৰু আলিয়া ভাট। কিছুদিন পূৰ্বে এই দুয়োগৰাকী অভিনেতা-অভিনেত্ৰী ক'ৰোণা সংক্ৰমণৰ বলি হৈছিল