rupaliparda.com
পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ ফাৰ্ষ্ট লুকঃ | Rupaliparda.com
আমি কিছুদিনৰে পৰা এটি গীতক লৈ খলকনি লগা দেখিছিলো প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাৰ মাজত। নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপাবলগীয়া গীত এটি সুন্দৰ গীত "আলিবাট"