rupaliparda.com
ফাতিমা সানা শেইখ, অমিত সাধে লৈছে চচিয়েল মিডিয়াৰ পৰা অব্যাহতিঃ | Rupaliparda.com
বলীউড তাৰকাৰ মাজৰ ইজন পিছত সিজনে শেহতীয়াকৈ চচিয়েল মিডিয়াৰ লৈছে অব্যাহতি। ডবংগ ছবিৰ অভিনেত্ৰী ফাতিমা সানা শেইখে চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কথা ব্যক্ত কৰে।