Rupaliparda.com

আহিব আকৌ বিগ-বি “গুলাব চিতাব” ক লৈঃ

বলীউডৰ “বিগ বি”, “এংৰি য়ং মেন” খ্যাত অমিতাভ বচ্চন এতিয়া ব্যস্ত তেওঁৰ আহিবলগীয়া চিনেমা “গুলাব চিতাব” ক লৈ। লখনউত ইতিমধ্যে দৃশ্যগ্ৰহণৰ কাম চলিছে চিনেমাখনৰ। “বিগ বি” ৰ লগতে উক্ত চিনেমাখনত দেখা যাব আয়ুসমান খুৰানাকো।
পৰিয়ালকেন্দ্ৰিক ধেমেলীয়া চিনেমা হ’ব “গুলাব চিতাব” লগতে ইয়াৰ পৰিচালনা কৰিছে “পিকু” পৰিচালক সুজিত সিৰকাৰে। অহা বছৰৰ এপ্ৰিলৰ ২৪ তাৰিখে ছবিগৃহত মুক্তি পাব “গুলাব চিতাব”।

আহিব আকৌ বিগ-বি "গুলাব চিতাব" ক লৈঃ 1

Tweet By Taran Adarsh

Release date finalized… Amitabh Bachchan and Ayushmann Khurrana… Shoojit Sircar’s quirky family comedy #GulaboSitabo to release on 24 April 2020… Written by Juhi Chaturvedi… Produced by Ronnie Lahiri and Sheel Kumar.12:38 am – 7 Jun 2019

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform