rupaliparda.com
"যুগ্ম উশাহবোৰ গোট খুওৱাই মোৰ সুৰ,শব্দ, কন্ঠৰে প্ৰকাশ পোৱা গীত "তোমাকে চাই"- টনী মেনুৱেল | Rupaliparda.com
কিছুদিন পূৰ্বে "তোমাকে চাই" শীৰ্ষক এটি ৰোমান্টিক গীতে আকৰ্ষণ কৰিছিল শ্ৰোতা-দৰ্শকক। সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ