rupaliparda.com
আন এক সু-খবৰ; "Lift-off Global" ছবি সমাৰোহলৈ মনোনয়ন "ৰজনজনাই"- | Rupaliparda.com
ক'ৰবাত যদি হতাশা; ক'ৰবাত আকৌ সন্ত্ৰাস! ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সমান্তৰালকৈ আহিছে আপোনজনৰ মৃত্যুৰ বাতৰিও। কিন্তু তাৰ মাজতেই আহিবলৈ লৈছে আন একাংশ ভাল খবৰো;