rupaliparda.com
একেলগে ধূমপান কৰিছিল মনোজ বাজপেয়ী আৰু শ্বাহৰুখ খানে! | Rupaliparda.com
বি-টাউনৰ দুগৰাকী জনপ্ৰিয় অভিনেতাৰ ভিতৰত হৈছে মনোজ বাজপেয়ী আৰু কিং শ্বাহৰুখ খান। শ্বাহৰুখ খানক এনেইটো বলীউডৰ কিং বুলি কোৱা নহয়; ইয়াৰ আঁৰতো আছে কাৰণ। শেহতীয়াকৈ