rupaliparda.com
"সুৰ বাহিনী" ৰ মশ্বন পোষ্টাৰ মুকলি; দৰ্শক অপেক্ষাৰত! | Rupaliparda.com
বহু প্ৰত্যাশিত চুটি ছবি "সুৰ বাহিনী" ৰ মুক্তি লাভ কৰিছে মশ্বন পোষ্টাৰ। তাছা প্ৰডাকচনৰ বেনাৰত প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে চুটি ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে