rupaliparda.com
"ভিউৱাৰচৰ অংকৰ আধাৰত গান এটা সফল বা বিফল বুলি কোৱাটো আচলতে ভুল হ'ব"- ৰিকু পাঠক | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত