rupaliparda.com
য়ামী গৌতমৰ গোপন বিবাহঃ | Rupaliparda.com
বি-টাউনৰ সুন্দৰী তথা জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমৰ অনুৰাগীলৈ দুঃখবৰ। শেহতীয়াকৈ অৰ্থাৎ ৪ জুন তাৰিখে কাকো আনুষ্ঠানিক খবৰ নিদিয়াকৈয়ে বিবাহত বহে অভিনেত্ৰী গৰাকী।