rupaliparda.com
ভালে আছে ৯৮ বছৰীয়া দিলীপ কুমাৰ- উৎপল মেনা | Rupaliparda.com
শ্বাসকষ্ট ! যোৱা ৬ জুনত চিকিৎসালয়ত ভর্তি কৰাইছিল বর্যীয়ান অভিনেতা গৰাকীক । অক্সিজেন ছাপোর্টত ৰাখিছিল ৯৮ বছৰীয়া দিলীপ কুমাৰক। ভেন্টিলেটৰৰ প্রয়োজন হোৱা নাছিল।