Rupaliparda.com
| |বুদ্ধদেব দাশগুপ্ত আৰু নাই ||- উৎপল মেনা 1

| |বুদ্ধদেব দাশগুপ্ত আৰু নাই ||- উৎপল মেনা

বুদ্ধদেব দাশগুপ্ত আৰু নাই । আজি (১০জুন , ২০২১ ) কায়িক বুদ্ধদেব গ’ল গৈ , উভতি নহা বাটেৰে (জন্ম: ১৯৪৪ বয়স ৭৫) । চিনেমাক কবিতাৰ ওচৰলৈ নিয়া চিনেকৰ্মী গৰাকীৰ প্ৰথম পৰিচয় কবি । সেয়েহে চিনেকাব্য পৰিচালক গৰাকীৰ পক্ষে সম্ভৱ হৈছিল । ভাৰতীয় চিনেমাৰ উত্তৰণত সহায় কৰা পৰিচিলক গৰাকীয়ে চিত্ৰৰসিক দি গৈছে —

| |বুদ্ধদেব দাশগুপ্ত আৰু নাই ||- উৎপল মেনা 2


সময়েৰ কাছে (১৯৬৮) (short)
দুৰত্ব (১৯৭৮) (Distance)
নিম অন্নপূর্ণা (১৯৭৯) (Bitter Morsel)
গৃহযুদ্ধ (১৯৮২) (The Civil War)
অন্ধ গলি (১৯৮৪) (Blind ) ফেৰা (১৯৮৮) (The Return)
বাঘ বাহাদুৰ (১৯৮৯) (The Tiger Man)
তাহাদেৰ কথা (১৯৯২) (Their Story)
চৰাচৰ (১৯৯৩) (Shelter of the Wings)
লাল দৰজা (১৯৯৭) (The Red Door)
উত্তৰা (২০০০) (The Wrestlers)
মন্দ মেয়েৰ উপাখ্যান (২০০২) (A Tale of a Naughty Girl)
স্বপ্নেৰ দিন (২০০৪) (Chased by Dreams)
আমি, ইয়াছিন আৰ আমাৰ মধুবালা (২০০৭) (The Voyeurs)
কালপুৰুষ (২০০৮) (Memories in the Mist)
জানালা (২০০৯) (The Window)[৪]
মুক্তি(২০১২)
পত্রলেখা (২০১২)
আনোয়াৰ কা আজিব কিচ্ছা (২০১৩) (Sniffer, Hindi)[৫]
টোপ (২০১৭) । আৰু তথ্যচিত্র আৰু সৰু পৰ্দাৰ :
দ্য় কন্তিনেন্ত অব লাভ (১৯৬৮)
ধোলাৰ ৰাজা খিৰোড নত্ত (১৯৭৩)
ফিছাৰ ম্যান অব সুন্দৰবন (১৯৭৪)
সাৰাচন্দ্র (১৯৭৫)
ৰিদম অব ষ্টিল(১৯৮১)
ইন্ডিয়ান সায়েন্স মার্চে অ্যাহেড (১৯৮৪)
বিজ্ঞান ও তাৰ আবিষ্কার (১৯৮০)
গ্লাস স্টোৰি (১৯৮৫)
ভাৰত অন দ্য মুভ (১৯৮৫)
ছিৰামিকছ (১৯৮৬)
আৰণ্যক (১৯৯৬)
কন টেম্পোৰাৰি স্ক্‌লাপচাৰ (১৯৮৭)
হিস্ট্রি অব ইন্ডিয়ান জুট(১৯৯০) — এই চিনে কৰ্মৰে চিত্ৰৰসিকৰ মাজত সদায় জীয়াই থাকিব কবি চিনেকৰ্মী গৰাকী ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform