rupaliparda.com
"হাতে হাত ধৰি আজি বহুদূৰ আহি পালোঁ"; Atlas Creation ৰ প্ৰযোজনাত পাপনৰ শ্ৰেষ্ঠ উপহাৰঃ | Rupaliparda.com
নিজৰ প্ৰিয় জন অথবা সংগী গৰাকী যেতিয়া লগত থাকে; তেতিয়া বহু কষ্ট, সংগ্ৰাম আদি অনায়সে পাৰ কৰি গুচি যাব পাৰি। জীৱনটো জীয়াবলৈ জানো এগাল মান বস্তুৰ, টকাৰ প্ৰয়োজন