rupaliparda.com
আকৌ সুশান্তক লৈ আৱেগিক কৃতি সেননঃ | Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৰ প্ৰথমটো বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। এই প্ৰথমটো বৰ্ষতেই তেওঁলৈ মনত পেলাইছে তেওঁৰ সৈতে কাম কৰা প্ৰায় প্ৰত্যেকগৰাকী তাৰকাই।