rupaliparda.com
"ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ'ব প্ৰজেক্টটো"- ভাৰ্গৱ তালুকদাৰ | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখনত ইজনৰ পিছৰ সিজন কণ্ঠশিল্পীৰ অন্তৰ্ভূক্তিকৰণে প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাক আপ্লুত কৰি ৰখাত সক্ষম হৈছে। কেৱল অন্তৰ্ভূক্তিকৰণ বুলিয়েই নহয়;